Back to Top

Urabatori Video (MV)




Performed By: O Daapun
Length: 4:50
Written by: Bhargav Hazarika, Siddharth Hazarika




O Daapun - Urabatori Lyrics




জীৱন বাটৰ এই হাহাকাৰ
বিষাদ ভৰা সমই
কিনো দিলা, কিনো ব্যৱহাৰ
বিষণ্নতাৰ যুগৰ

হাঁহি বোৰে কিনো কৈ যাই
চকুজুৰি আস্থা বিলাই
নিৰৱতাৰে একুনাত
বুকুৰ মৰম বেদনাত লুকাই

প্ৰতিখোজে উশৃংখলতাৰ ৰক্তৰ অৱদান
মানৱতাৰ এতি উজ্জ্বল কিৰণ
আদৰি লৈ আহা

আজি, গড়িম সোণোৱালী পৃথিৱী,
নালাগে নানান দুখৰে বাতৰি,
আজি মছিম বিনাশৰে প্ৰতিচ্ছবি,
কিমান শুনিম একেই উৰাবাতৰি ।

মৌনতাৰ সীমাহীন অভিমান,
এটি অবুজ কোলাহল
নিৰাশাৰে তৰা সেই মায়াজাল
গুচোৱাবৰ সমই হ'ল
হেৰুৱা পৃথিৱী, লৈ আহি ঘুৰাহি
এছেৰেঙা পোহৰ সাৱটি লৈ আহা

প্ৰতিখোজে উশৃংখলতাৰ ৰক্তৰ অৱদান
মানৱতাৰ এতি উজ্জ্বল কিৰণ
আদৰি লৈ আহা

আজি, গড়িম সোণোৱালী পৃথিৱী,
নালাগে নানান দুখৰে বাতৰি,
আজি মছিম বিনাশৰে প্ৰতিচ্ছবি,
কিমান শুনিম একেই উৰাবাতৰি ।

আজি, গড়িম সোণোৱালী পৃথিৱী,
নালাগে নানান দুখৰে বাতৰি,
আজি মছিম বিনাশৰে প্ৰতিচ্ছবি,
কিমান শুনিম একেই উৰাবাতৰি ।
[ Correct these Lyrics ]

[ Correct these Lyrics ]

We currently do not have these lyrics. If you would like to submit them, please use the form below.


We currently do not have these lyrics. If you would like to submit them, please use the form below.




জীৱন বাটৰ এই হাহাকাৰ
বিষাদ ভৰা সমই
কিনো দিলা, কিনো ব্যৱহাৰ
বিষণ্নতাৰ যুগৰ

হাঁহি বোৰে কিনো কৈ যাই
চকুজুৰি আস্থা বিলাই
নিৰৱতাৰে একুনাত
বুকুৰ মৰম বেদনাত লুকাই

প্ৰতিখোজে উশৃংখলতাৰ ৰক্তৰ অৱদান
মানৱতাৰ এতি উজ্জ্বল কিৰণ
আদৰি লৈ আহা

আজি, গড়িম সোণোৱালী পৃথিৱী,
নালাগে নানান দুখৰে বাতৰি,
আজি মছিম বিনাশৰে প্ৰতিচ্ছবি,
কিমান শুনিম একেই উৰাবাতৰি ।

মৌনতাৰ সীমাহীন অভিমান,
এটি অবুজ কোলাহল
নিৰাশাৰে তৰা সেই মায়াজাল
গুচোৱাবৰ সমই হ'ল
হেৰুৱা পৃথিৱী, লৈ আহি ঘুৰাহি
এছেৰেঙা পোহৰ সাৱটি লৈ আহা

প্ৰতিখোজে উশৃংখলতাৰ ৰক্তৰ অৱদান
মানৱতাৰ এতি উজ্জ্বল কিৰণ
আদৰি লৈ আহা

আজি, গড়িম সোণোৱালী পৃথিৱী,
নালাগে নানান দুখৰে বাতৰি,
আজি মছিম বিনাশৰে প্ৰতিচ্ছবি,
কিমান শুনিম একেই উৰাবাতৰি ।

আজি, গড়িম সোণোৱালী পৃথিৱী,
নালাগে নানান দুখৰে বাতৰি,
আজি মছিম বিনাশৰে প্ৰতিচ্ছবি,
কিমান শুনিম একেই উৰাবাতৰি ।
[ Correct these Lyrics ]
Writer: Bhargav Hazarika, Siddharth Hazarika
Copyright: Lyrics © Phonographic Digital Limited (PDL), O Daapun

Back to: O Daapun

Tags:
No tags yet